ওৱাহাবী কোন?
➡ যিসকল মুছলিমে-
১. ‘তাওহীদ’ বা আল্লাহৰ একত্ববাদক মনে-প্রাণে ভাল পায়,
২. জীৱনৰ প্রতিটো ক্ষেত্রত ৰাছুলুল্লাহ ছাল্লাল্লাহু আ’লাইহি ওয়া ছাল্লামৰ ‘চুন্নাহ’ বা আদর্শ অনুসৰণ কৰাৰ চেষ্টা কৰে,
৩. পীৰপূজা, কবৰ-মাজাৰ পূজা, অন্ধ দলীয় গোড়ামিৰ পৰা দূৰত থাকে, আৰু
৪. ধর্মৰ নামত যাৱতীয় শ্বিৰ্ক-বিদাত ও কুসংস্কাৰক অন্তৰৰ পৰা ঘৃণা কৰে
সেই সকলো প্রকৃত মুছলমানক বিদাতপন্থী চুফীসকলে ‘ওয়াহাবি’ বুলি গালি- দিয়ে।
অজ্ঞ লোকসকলে নাজানি শ্বিৰ্ক বিদাতক ধর্ম বুলি ভাৱে আৰু শ্বিৰ্ক বিদাতৰ বিৰোধীতাকাৰী সন্মানিত আলিমসকলক ইছলামৰ শত্ৰু বুলি ভাৱে, সিহঁতৰ নামত মিছা কথা প্রচাৰ কৰে, আল্লাহু মুস্তাআ’ন!
মূলত পীৰৰ মুৰিদ আৰু মাজাৰভক্ত চুফিসকলে এজন চৌদি ‘মুজাদ্দিদ’ আলিম, ‘ শ্বেইখুল ইছলাম’ মুহাম্মদ বিন আব্দুল ওৱাহাব (ৰহঃ) ৰ নাম অনুসাৰে এই গালি দি থাকে।
এতিয়া প্ৰশ্ন আহে, মুহাম্মদ বিন আব্দুল ওৱাহাব (ৰহঃ) কোন আছিল?
ৰাছুলুল্লাহ ছাল্লাল্লাহু আ’লাইহি ওয়া ছাল্লামে কৈছে, “আল্লাহ তাআ’লা প্রতি এশ বছৰৰ মূৰত এই উম্মতৰ কাৰণে এনেকুৱা এজন ব্যক্তিক পঠাব যিজনে দ্বীন-ইছলামক সংস্কাৰ কৰিব।”
চুনানে আবু দাউদঃ হাদিছ নং- ৪২৯১।
চৌদি আৰৱৰ ‘শ্বেইখুল ইছলাম’ মুহাম্মদ বিন আব্দুল ওৱাহাব (ৰহঃ) (জন্ম ১৭০৩, মৃত্যু ১৭৯২ ইং) আছিল এজন প্রখ্যাত দ্বীনি আলিম ও সেই সময়ৰ এজন ‘মুজাদ্দিদ’ বা দ্বীনৰ সংস্কাৰক। সেই সময়ত বর্তমান আৰৱ বিশ্বৰ বিভিন্ন ঠাইত অলি আওলিয়াসকলৰ ভালপোৱা, সিহঁতৰ অ'চিলা ধৰি জান্নাতত যোৱা ও সিহঁতৰ মাজাৰক কেন্দ্র কৰি অসংখ্য শ্বিৰ্ক আৰু বিদাত প্রচলিত আছিল। আনকি আমাৰ দেশৰ অজ্ঞ লোকসকলে যেনেকৈ আজমীৰ, বায়েজিদ বোস্তামি, শ্বাহ জালাল ইত্যাদি মাজাৰত যায় সন্তান আৰু টকা-পইচা পোৱাৰ আশাত, ঠিক তেনেকৈয়ে সেই সময়ত আৰৱৰ নামধাৰী মুছলমান সমাজৰ মহিলাসকলে হজ্জ-ওমৰা কৰি মক্কাৰ অদূৰে থকা এডাল পুৰুষ খেজুৰ গছক সাৱতি ধৰি সন্তান কামনা কৰিছিল, নাউযুবিল্লাহি মিন যালিক।
ইছলামৰ মূল ভূমিত এনেকুৱা শ্বিৰ্ক ও বিদাতৰ ব্যাপকতা লাভ কৰাত মুহাম্মদ বিন আব্দুল ওৱাহাব (ৰহঃ) আল্লাহৰ ইচ্ছাত মক্কা ও মদিনাৰ পৰা পীৰ পূজা, কবৰ-মাজাৰ পূজাক উঠাই দিয়াৰ কাৰণে মানুহক ‘দাওয়াত’ দিছিল আৰু শ্বিৰ্ক বিদাতৰ বিৰুদ্ধে আমৃত্যু ‘জিহাদ’ (সংগ্ৰাম) কৰিছিল। তেখেতে বাদশ্বাহ মুহাম্মদ বিন ছউদ (ৰহঃ) ৰ লগত চুক্তিবদ্ধ কৰি পবিত্র মক্কা ও মদিনাত ৰাষ্ট্রীয়ভাৱে কোৰআন ও চুন্নাহৰ আইন আৰম্ভ কৰি আল্লাহৰ কলিমাকে উচ্চ কৰে, তাৰে পৰা ধাৰাবাহিকভাৱে আজি পর্যন্ত চৌদি আৰৱত আল্লাহৰ আইন অনুযায়ী দেশ পৰিচালিত হৈ আছে, ফা লিল্লাহিল হা’মদ।
কবৰ মাজাৰ পূজাৰ বিৰোধীতা কৰাৰ কাৰণে আৰু মাজাৰবিলাক ভাঙি দি ভণ্ড চুফিসকলৰ ধর্মৰ ব্যৱসায় নষ্ট কৰি দিয়াৰ কাৰণে আমাৰ দেশৰ পীৰপন্থী আৰু মাজাৰভক্ত চুফীসকলে শ্বেইখুল ইছলাম মুহাম্মদ বিন আব্দুল ওৱাহাব (ৰহঃ) ক গালি গালাজ কৰে আৰু তেওঁৰ নামত মিছা অপবাদ দিয়ে। তেওঁৰ নাম অনুসৰি ‘তাওহীদ’ ও ‘চুন্নাহৰ’ অনুসাৰী মুছলমানসকলক তেওঁলোকে ‘ওৱাহাবী’ বুলি গালি দিয়ে।
By Juber Rahman, Nalbari

No comments:
Post a Comment