assalamu alaikum warahmatullah

assalamu alaikum warahmatullah all visitors

Tuesday, February 23, 2016

দৈনিক প্ৰয়োজনীয় দোৱা ও জিকিৰ

দৈনিক প্ৰয়োজনীয় দোৱা ও জিকিৰ

ক) পুৱা – গধূলি পঢ়িব লগা দোৱা :-

 (১) আল্লাহুম্মা আন্তা ৰাব্বি লা-ইলাহা ইল্লা আন্-তা খালাকতানী ৱ-আনা আবদুকা, ৱ-আনা আলা আহদিকা ৱা-ৱা’দিকা মাচ্-তাতা’-তু, আ-উজু বিকা মিন চাৰ্-ৰি মা চানা’তু, আবু’উ লাকা বিনি’ মাতিকা আলাই-য়া ৱ-আবু’উ বি-জাম্-বি ফাগ্-ফিৰ্-লি ফা-ইন্-নাহু লা-য়াগফিৰুজ জুনুবা ইল্লা আন্-তা
 (বুখাৰী : ৭/১৫০)

(২) আল্লাহুম্মা আ-ফিনি ফি-বাদানি, আল্লাহুম্মা আ-ফিনি ফি-চাম্’ই, আল্লাহুম্মা  আ-ফিনি ফি-বাচাৰি, লা-ইলাহা ইল্লা আন-তা  (তিনিবাৰ্),

 আল্লাহুম্মা ইন্নি আ-উজু- বিকা মিনাল কুফৰি, ৱাল্-ফাক-ৰি, ৱ-আ-উজু-বিকা মিন আজাবিল কাব-ৰি, লা-ইলাহা ইল্লা আন-তা (তিনিবাৰ্)
(আবু দাউড : ৪/৩২৪)

(৩)  য়া হাই-য়ু, য়া কাই-য়ুমু  বিৰাহমাতিকা আচ-তাগিচু আচ-লিহ্-লি চাঅ’নি কুল্-লাহু ৱ-লা তাকিল্-নি ইলা নাফ্-চি তাৰ্-ফাতা আই-নিন
 (আল্-হাকিম ১/৫৪৫)

(৪)  আল্লাহুম্মা চাল্লি  ৱ-চাল্লাম আলা  নাবিইয়্যিনা মুহামাদিন – দহবাৰ
(মাজমা আজ্-জাৱাইদ :১০/১২০)

(৫)  আচবাহনা আলা ফিতৰাতিল ইচলামি, (গধূলি – আম-চায়না আলা ফিতৰাতিল ইচলাম্) ৱ-আলা কলিমাতিল ইখলাচি, ৱ-আলা দ্বিনী নব্বিই-ইনা মুহাম্মাদিন (চল্-লাহু আলাইহি ৱ-চল্লামা) ৱ-আলা  মিল্লাতি আ-বিনা  ইব্ৰাহিমা, হানিফান মুছলিমান ৱ-মা কা-না মিনাল মুছৰিকিন
 (তিৰমিধি : ৪/২০৯)

(৬)  আচবাহনা ৱা-আচ-বা-হাল মুলকু (গধূলি : আমচায়না ৱ-আমচাল মুলকু) লিল্লাহি ৱাল্-হামদু লিল্লাহি,  লা-ইলাহা ইল্লাল্-লাহু ৱাহ্-দাহু লা-শ্বাৰিকা লাহু লাহুল মুলকু ৱ-লাহুল হামদু ৱ-হুৱা আলা কুল্লি  শ্বাই-য়িন কাদিৰ ।  ৰাব্বি আচ্-আলুকা খায়ৰা মা-ফি হা-জাল য়াও-মি (গধূলি :হা-জিহিল লায়্-লাতি) ৱ-খায়ৰা মা – বাদাহু (গধূলি : বাদাহা) ৱ-আ’উ-জু বিকা মিন চাৰ্-ৰি মা-ফি হা-জাল য়াওমি (গধূলি : হা-জিহিল লায়লাতি) ৱ-চাৰ্-ৰি মা-বাদাহু (গধুলি : বাদাহা), ৰাব্বি আ’উজু বিকা মিনাল কাচালি, ৱ-চুঅ’ইল কিবাৰি, ৰাব্বি আ’উজু বিকা মিন আজা-বিন ফিন্-নাৰি ৱ-আজাবিন ফিল্-কাবৰি
(মুচলিম : ৪/২০৮৮)

(৭) আচবাহনা ৱা-আচ্-বাহা (গধূলি – আম-চায়না ৱ-আম-চা ) আল্-মুলকু লিল্-লাহি ৰাব্বিল আ-লামিন্, আল্লাহুম্মা ইন্নি আচ্-আলুকা খাইৰা হাজাল্-য়াওমি হা-জিহিল লায়্-লাতি, ফাত্-হাহু ৱ-নাচ-ৰাহু ৱ-নু-ৰাহু, ৱা-বাৰাকাতাহু, ৱহু-দাহু, ৱ-আউ-জু-বিকা মিন চাৰ্-ৰি মা-ফিহি ৱ-চাৰ্-ৰি মা-বা’-দাহু
(আবু দাউড : ৪/৩২২)

(৮)চুৰা নাচ – তিনিবাৰ
(আবু-দাউড : ৪/৩২২, তিৰমিধি : ৫/৫৬৭)

৯) চুৰা ইখলাচ – তিনি বাৰ
(আবু দাউড : ৪/৩২২, তিৰমিধি : ৫/৫৬৭)

১০) চুৰা ফালাক – তিনি বাৰ
((আবু দাউড : ৪/৩২২, তিৰমিধি : ৫/৫৬৭)

(খ) ঘৰত সোমোৱা সময়ত পঢ়িব লগা দোৱা  :
 বিচমিল্লাহি ৱ-লাজনা, ৱ-বিচমিল্লাহি খাৰাজনা, ৱ-আলা ৰাব্বিনা তাৱাক্কালনা
(আবু  দাউড : ৪/৩২৫)
দোৱা পঢ়ি সোমোৱাৰ পিছত উপস্থিত ব্যক্তিক চালাম জনাব লাগে )

(গ) ঘৰৰ পৰা বাহিৰলৈ যোৱা সময়ত :-
 ১)  বিচমিল্লাহি তাৱাক্কালতু আলাল লাহি, ৱ-লা হাও-লা ৱ-লা কুও-ৱাতা ইল্লা বিল্লাহ
(আবু দাউড : ৪/৩২৫, তিৰমিধি : ৫/৪৯০)

২) আল্লাহুম্মা ইন্নি আ-উজু বিকা আন্-আদিল্লা, আও-উদাল্লা,  আও-আজিল্লা,  আও-উজাল্লা, আও-আদলিমা, আও-উদলাম, আও-আজ্-হালা, আও-য়ুজ্-হালা আলাই-য়া
 (চহিহ তিৰমিধি : ৩/১৫২, চহিহ ইবনে মাজা : ২/৩৩৬)

(ঘ্) নতুন কাপোৰ পিন্ধোতে -
আল্লাহুম্মা  লাকাল হামদু আন-তা কাচাওতানিহি, আচ্-আলুকা মিন খায়ৰিহি ৱ-খায়ৰি মা-ছুনি’আ লাহু ৱ-আউজু বিকা মিন চাৰ্-ৰিহি ৱ-চাৰ্-ৰি মা-ছুনি’আ লাহু
(তিৰমিধি পৃ: ৪৭)

(ঙ) খোৱাৰ আগতে পঢ়া দোৱা  :-
  ১) আল্লাহুম্মা বাৰিক্-লানা ফি-হি ৱ-আত্-ইম্-না খায়ৰা মিন্-হু, গাখীৰ খোৱা আগতে – আল্লাহুম্মা  বা-ৰিক লানা ফিহি ৱ-জিদ-না মিনহু
(আত্-তিৰমিধি : ৫/৫০৬)

২) বিচমিল্লাহ
 (আবু দাউড : ৩/৩৪৭, আত্-তিৰমিধি : ৪/২৮৮)

(চ) খোৱাৰ পিছত পঢ়া দোৱা  :-
১) আলহামদু লিল্লাহি হামদান কাচিৰান ত্বাই-ইবান মুবাৰাকান ফিহি, গাইৰা মাক্-ফী-য়িন ৱ-লা মুৱাদ্-দাই-ইন, ৱ-লা মুচতাগ্-নান আনহু ৰাব্বানা
(বুখাৰী : ৬/২১৪)

২) আলহামদু লিল্লাহিল লাজি  আত্-আমানি হাজা, ৱা-ৰাজাকানিহি, মিন গাইৰি হাওলিন মিন্নী ৱ-লা কুওৱা-তিন
(আত্-তিৰমিধি : ৩/১৫৯)

(ছ) মছজিদলৈ যোৱাৰ সময়ত পঢ়া দোৱা  :-
 আল্লাহুম্মাজআ’ল  ফি কালবি নু-ৰান, ৱ-ফি লিচানি নূ-ৰান, ৱ-ফি চাম’ই নু-ৰান, ৱ-ফি বাচাৰি নু-ৰান, ৱ-মিন ফাওকি নু-ৰান, ৱ-মিন তাহ-তি নু-ৰান, ৱ-আ’ন য়ামিনি নু-ৰান, ৱ-আন ছিমালি নু-ৰান, ৱ-মিন আমামি নু-ৰান, ৱ-মিন খাল-ফি নু-ৰান, ৱাজ্-আ’ল্-ফি  নফ-চি নু-ৰান্, ৱ-আঅ’ জিম-লি নু-ৰান, ৱ-আজ্-জিম্-লি নু-ৰান্, ৱফাল্-লি নু-ৰান্, ৱাজ্’আল- নি নু-ৰান, আল্লাহুম্মা আঅ’-তিনি নু-ৰান্, ৱ-জাল্-ফি আচাবি নু-ৰান, ৱাফি লাহ্-মি নু-ৰান, ৱাফি দামি নু-ৰান,ৱা-ফি চা’ৰি নুৰান, ৱা-ফি বাচাৰি নু-ৰান । আল্লাহুম্মাজ্’-আল্-লি নুৰান ফি কাবৰি ৱ-নুৰান ফি ইজামি, ৱা-জিদনি নু-ৰান,  ৱা-জিদনি নু-ৰান, ৱা-জিদনি নু-ৰান, ৱা-হাবলি নু-ৰান আলা নূৰ
(বুখাৰী ১১/১১৬, মুচলিম ১/৫২৬, ৫২৯-৫৩০, তিৰমিধি ৫/৪৮৩)

(জ) মছজিদ এৰা সময়ত পঢ়া দোৱা :-
 বিচমিল্লাহি ৱাচ্-চালাতু ৱাচ-চালামু  আলাৰাচু ৰাচুলিল্-লাহি, আল্লাহুম্মা ইন্নি আচ্-আলুকা মিন ফাজ-লিকা,  আল্লাহুম্মাঅ’ চিমনি মিনাচ শ্বায়তানিৰ ৰাজিম

(ঝ) নামাজৰ আৰম্ভণিতে পঢ়িব লগা দোৱা :-
১) আল্লাহু আকবৰ কাবিৰা, আল্লাহু আকবৰ কাবিৰা, আল্লাহু আকবৰ কাবিৰা, ৱাল হামদু লিল্লাহি কাচিৰা, ৱাল হামদু লিল্লাহি কাচিৰা, ৱাল হামদুলিল্লাহি কাচিৰা ৱ-চুবহানাল্লাহি বুক ৰাতান ৱাচিলা (তিনি বাৰ),  আউজুবিল্লাহি মিনাছ চায়তান : মিন নাফকিহি, ৱা নাফতিহি ৱ-হামজিহি
(আবু ডাউদ : ১/২০৩)

২) চুবহানাকা আল্লাহুম্মা ৱ-বিহমদিকা,ৱ-তাবাৰাকাচমুকা, ৱ-তা’আলা জাদ্-দুকা, ৱ-লা ইলাহা গাইৰুকা
(ছহীহ আত্-তিৰমিধি : ১/৭৭)

৩) ৱাজ্-জাহাতু ৱাজ্-হিয়া লিল্লাজি ফাতাৰাচ –চামাৱাতি ৱাল্-আৰডা হানিফান ৱমা আনা মিনাল মুচৰিকিন্, ইন্না চালাতী ৱানুচুকী ৱমাহ্-য়া-য়া ৱ-মামাতি লিল্লাহি ৰাব্বিল আ-লামিন, লা-শ্বাৰিকা লাহু ৱ-বিজালিকা অমিৰতু ৱা-আনা মিনাল মুচলিমিন, আল্লাহুম্মা  আন-তাল মালিকু লা ইলাহা ইল্লা আন্-ত, আন্-তা ৰাব্বি ৱ-আনা আবদুক, জালাম্-তু নাফ্-চি ৱ-আ-তাৰাফ্-তু বি-জাম-বি ফাগফিৰলি জুনুবি জামিআন ইন্নাহু লা-য়াগফিৰুজ্-জুনুবা ইল্লা  আন্-ত্, ৱাহ-দিনি লি-আহচানিল আখলিকি লা-য়াহদি লি-আহচা-নিহা ইল্লা আন্-ত্, ৱাচ-ৰিফ আন্-নি চায়্-য়ি আহা-লা য়াচ-ৰিফু আন্-নি চায়্-য়ি আ-হা ইল্লা আন্-ত্, লাব্বাইকা ৱাচ-আদা-ই-ক, ৱাল খাই-ৰু  কুল্লুহু বিয়া –দায়্-ক, ৱাচ্-চাৰ্-ৰু লাই-চা ইলাইক, আ-না বিকা ৱ-ইলাইক্, তাবাৰাকতা ৱতা-আলাইত, আচতাগ্-ফিৰুকা ৱ-আতুবু ইলা-ইক
(মুচলিম : ১/৫৩৪)

৪) আল্লাহুম্মা  বা-ইদ বায়নি ৱ-বায়-না খাতা-য়া-য়া কামা বা’আদ্-তা বায়নাল মাচৰিকি ৱালমাগৰিবি, আল্লাহুম্মা নাকিনি মিন খাতা য়া-য়া কামা য়ুনাক্-কাচ্-চাওবুল আব্-য়াদু মিনাদ্-দানাছি, আল্লাহুম্-মাগ্-ছিলনি মিন খাতা-য়া-য়া বিচ্-চালজি ৱাল্-মা’ই ৱাল্-বাৰাদ
 (বুখাৰী : ১/১৮১, মুচলিম : ১/৪১৯)

৫) আল্লাহুম্মা ৰাব্বা জিব্ৰাইল্,  ৱ-মিকাইল্, ৱ-ইশ্ৰাফিল ফা-তিৰাচ্-শ্বামাৱাতি ৱাই-আৰদ, আ-লিমাল গাইবি ৱাচ-চাহাদাহ, আন-তা তাহ-কুমু বায়না আই-বাদিকা ফি-মা কানু ফি-হি য়াখতালিফুন্, ইহদিনি লিমাখ্-তুলিফা ফিহি মিনাল হাক্-কি বি-ইজনিক, ইন্নাকা  তাহদি মান তাছা-ও – ইলা চিৰাতিন মুচতাকিম
 (মুচলিম : ১/৫৩৪)

(ঞ) নামাজৰ পিছত পঢ়িব লগা দোৱা :-
  ১) আয়তাল কুৰছি (আন্-নাচাই )

২) চুবহান আল্লাহ – ৩৩ বাৰ, আলহামদুলিল্লাহ – ৩৩ বাৰ, আল্লাহু আকবৰ – ৩৩ বাৰ  তাৰ পিছতে – লা-ইলাহা ইল্লাল্-লাহু ৱাহদাহু লা-শ্বাৰিকা লাহু, লাহুল মুল্-কু ৱা-লাহুল হামদু ৱ-হুৱা আলা কুল্লি শ্বাই-য়িন কাদিৰ
(মুচলিম : ১/৪১৮, প্ৰত্যেক নামাজৰ পিছত এই দোৱা পঢ়িলে সকলো গুনাহ মাফ হয়্)

৩) আচতাগ ফিৰুল্লাহ – ৩ বাৰ, তাৰ পিছতে পঢ়িব লাগে – আল্লাহুম্মা আনতাচ্-চালামু ৱ-মিনকাচ চালামু তাবাৰাক্-তা য়া জাল্-জালালি ৱাল ইক্ৰাম
(মুচলিম ১/৪১৪)

৪) লা-ইলাহা ইল্লাল্-লাহু ৱাহ্-দাহু লা-শ্বাৰিকা লাহু লাহুল  মুলকু ৱ-লাহুল হামদু ৱ-হুৱা আলা কুল্লি শ্বাই-য়িন কাদিৰ্,  লা-হাওলা ৱলা কুও-ৱাতা ইল্লা বিল্লাহ, লা-ইলাহা ইল্লাল্-লাহু,  ৱলা না’অ-বুদু ইল্লা ইয়্-য়াহু লাহুন্-নিমাতু ৱ-লাহুল ফাদলু ৱলা হুচ্-চানা-ওল্-হাচানু , লা-ইলাহা ইল্লাল্-লাহু মুখলিচিনা লাহুদ্-দিনা  ৱলাও-কাৰিহাল কাফিৰুন
 (মুচলিম : ১/৪১৫)

৫) লা-ইলাহা ইল্লাল্-লাহু ৱাহ্-দাহু লা-শ্বাৰিকা লাহু লাহুল  মুলকু ৱ-লাহুল হামদু ৱ-হুৱা আলা কুল্লি শ্বাই-য়িন কাদিৰ্, আল্লাহুম্মা লা-মানি’আ লিমা আ-তায়তা, ৱ-আলা মু’তিয়া লিমা মানা’তা, ৱলা য়ান ফা’উ  জাল জাদ্দি মিনকাল জাদ
 (বুখাৰী : ১/২৫৫)

৬) লা-ইলাহা ইল্লাল্-লাহু ৱাহ্-দাহু লা-শ্বাৰিকা লাহু লাহুল  মুলকু ৱ-লাহুল হামদু য়ুহ্-ই ৱ-য়ু-মিতু ৱ-হুৱা আলা কুল্লি শ্বাই-য়িন কাদিৰ
(তিৰমিধি : ৫/৫১৫)

৭) আল্লাহুম্মা  ইন্নি আচ্-আলুকা ইলমান না-ফিআন্, ৱা-ৰিজকান তায়্-ইবান, ৱা-আমালান মুতাকাব্-বালান
 (ইবনে মাজা ১/১৫২)

৮) চুৰা নাচ  (আবু-ডাউদ : ২/৮৬)

৯) চুৰা ইখলাচ  (আল্-ইখলাচ : ১১২:১-৪)

১০) চুৰা ফালাক (আল্-ফালাক ১১৩ : ১-৫)

(ত) ৰোগী দেখা কৰোতে পঢ়িব লগা দোৱা :-
১) লা  বা’চা তাহুৰুন ইনশ্বা আল্লাহ
(আল্-বুখাৰী, ফাতহুল বাৰি : ১০/১১৮)

২) আচ-আলুল্-লা-হাল আজিমা ৰাব্বাল আৰচিল আজিমি আন য়াচ্-ফিয়াক – সাত বাৰ
 (ছহিহ আত্-তিৰমিধি : ২/২১০)

(থ) শুৱাৰ আগতে পঢ়িব লগা দোৱা :-
 ১) আল্লাহুম্মা ৰাব্বাচ্-শ্বামা-ৱাতিচ্-চাব্’ই ৱা-ৰাব্বাল্-আৰশ্বিল্-আজিম, ৰাব্বানা ৱা-ৰাব্বা-কুল্লি-শ্বাই-য়িন্, ফালিকাল-হাব্বি ৱান্-নাৱা, ৱ-মুন্-জিলাত-তাওৰাতি ৱাল্-ইন্-জিলি, ৱাল্-ফুৰকানি, আ’উজু-বিকা মিন চাৰ্-ৰি কুল্লি  শ্বাই-য়িন আনতা আখিজুনবিন্-না-শ্বিয়াতি, আল্লাহুম্মা আনতাল আওৱালু ফালাইছা কাবলাকা ছাইয়ুন্, ৱা-আনতাল আ-খিৰু ফালাইছা বা-দাকা ছাই-য়ুন্, ৱা-আনতাজ্-জাহিৰু ফালাইছা ফাওকাকা চাই-য়ুন্, ৱ-আনতাল বা-তিনু ফালাইছা দুনাকা চাই-য়ুন ইকডিআন্-নাদ-দায়না ৱ-আগনিনা মিনাল ফাকৰি (মুচলিম : ৪/২০৮৪)

২) আল্লাহুম্মা আচ্-লামতু নাফচি ইলাইকা, ৱ-ফাৱাদতু আমৰি ইলাইকা, ৱাৱাজ্-জাহতু ৱাজহি ইলাইকা, ৱা-আল্-জাতু জ্বাহৰি ইলাইকা,  ৰাঘবাতান ৱা ৰাহবাতান ইলাইকা, লা-মালজা ৱলা-মানজা  মিনকা ইল্লা ইলাইকা, আমানতু বিকিতাবিকাল্-লাজি আন-জালতা ৱবি-নাবিই-য়িকাল্-লাজি আৰচালতা
 (মুচলিম : ৪/২০৮১)

৩) আল্লাহুম্মা ইন্নাকা খালাকতা নাফ্-চি ৱ-আনতা তাৱাফ্-ফাহা, লাকা মামাতুহা ৱ-মাহ্য়াহা, ইন আহ্-য়ায়্-তাহা ফাহ্-ফাজ্-হা ৱ-ইন আমাত্-তাহা ফাগ ফিৰ লাহা,আল্লাহুম্মা ইন্নি আচ আলুকাল আফিয়াতা
 (মুচলিম : ৪/২০৮৩)

৪) আল্লাহুম্মা  আ-লিমাল গাইবি ৱাছ-শ্বাহাদাতি ফাতিৰাচ্-শ্বামাৱাতি ৱাল্-আৰদি, ৰাব্বা কুল্লি শ্বাই-য়িন ৱা-মালিকাহু, আশ্ব্-হাদুৱান লা-ইলাহা ইল্লা আনতা, আ-উজুবিকা  মিন চাৰ্-ৰি নাফচি, ৱা-মিন শ্বাৰ্-ৰিছ্-শ্বায়তানি ৱা চিৰকিহি, ৱা-আন আক্-তাৰিফা আ’লা নাফ্চি-চু-আন, আও আজুৰ্-ৰাহু ইল্লা মুচলিমিন
(আবু ডাউদ : ৪/৩১৭)

৫) আল্লাহুম্মা কি-নি আজাবাকা য়াওমাতাব্-আ’ছু ই-বাদাকা – তিনি বাৰ  (ৰছুলুল্লাহ(ছঃ)য়ে শুওতে সোঁ হাত গালৰ তলত থৈ এই দোৱা পঢ়িছিল্,)
আবু ডাউদ : ৪/৩১১

৬) আলহামদু লিল্লাহিল লাজি আত-আ’মানা ৱ-চাকানা, ৱ-কাফানা, ৱ-আৱানা, ফাকাম মিম-মান লা কা-ফিয়া লাহু ৱ-লা মুঅ’-ৱিয়া
 (মুচলিম : ৪/২০৮৫)

৭) চুৰা আচ্-চাজদা আৰু চুৰা মুলক আৰবীত পঢ়িব লাগে (আত্-তিৰমিধি, আন্-নাচাই)  
   
৮) চুৰা বাকাৰাৰ শেষৰ আয়াত দুটা
 (মুচলিম : ১/৫৫৪, ফাতহুল বাৰি : ৯/৯৪)

৯) বিচমিকা ৰাব্বী ৱা-দা’অতু জানবি, ৱ-বিকা আৰফা’উহু, ফা-ইন আমচাকতা নাফচি ফাৰ হামহা ৱ-ইন আৰচাল্-তাহা ফাহফাজহা বিমা তাহফাজু বিহি ইবাদাকাচ্-শ্বালিহিন
(আল্-বুখাৰী : ১১/১২৬, মুচলিম : ৪/২০৮৪)

১০) দুখন হাতৰ তলুৱা একলগ কৰি চুৰা ইখলাচ্, চুৰা ফালাক আৰু চুৰা নাচ পঢ়ি মূৰৰ পৰা ভৰিৰ ঢুকি পোৱা স্থানলৈকে হাতৰ তলুৱা দুয়োখনেৰে স্পৰ্শ কৰি যাব লাগে – তিনিবাৰ
 (মুচলিম : ৪/১৭২৩, ফাতহুল বাৰি : ৯/৬২)

(দ) শুই উঠোতে পঢ়িব লগা দোৱা :-
১) আলহামদু লিল্লাহিল-লাজি আফানি ফি জাচাদি, ৱ-ৰাদ্দা আলাইয়া ৰুহি, ৱ-আজিনা লি বিজিক-ৰিহি
 (আত্-তিৰমিধি : ৫/৪৭৩)

২) আলহামদু লিল্লাহিল লাজি আহ্-য়ানা বাঅ’দা মা আমাতানা ৱ-ইলাইহি নুছুৰ
(মুচলিম : ৪/২০৮৩, ফাতহুল বাৰি : ১১/১১৩)

৩) লা-ইলাহা ইল্লাল্-লাহু ৱাহ্-দাহু লা-শ্বাৰিকা লাহু, লাহুল মুলকু ৱলাহুল – হামদু, ৱ-হুৱা আলা কুল্লি চাই-য়িন কাদিৰ চুবহানাল্লাহি, ৱাল হামদু লিল্লাহি, ৱা-লা ইলাহা ইল্লাল্-লাহু, ৱাল্লাহু আকবৰ্, ৱলা হাওলা ৱলা কুওৱাতা ইল্লা বিল্লাহিল আলিইয়িল আজিম, ৰাব্বিগ ফিৰলি
  (ইবনে মাজা : ২/৩৩৫)

৪) ইন্না ফি খালকিচ শ্বামাৱাতি ৱাল্-আৰদি ৱাখ তিলাফিল-লাইলি ৱান্-নাহাৰি লা’আয়াতিল-লি’উলিল আলবাব, আল্লাজিনা য়াজ কুৰুনাল্-লাহা কিয়ামান ৱ-কুওদান  ৱ-আলা জুনুবিহিম ৱয়া তাফাক্-কাৰুনা ফি খালকিচ্-শ্বামাৱাতি ৱাল আৰদি ৰাব্বানা মা খালাক্-তা হা-জা বা-তিলান চুবহানাকা ফাকিনা আজাবান্-নাৰ, ৰাব্বানা ইন্নাকা মান-তুদখিলিন নাৰা ফাকাদ আখজায়তাহু ৱা মা লিজ্-জ্বালিমিনা মিন আনচাৰ,ৰাব্বানা ইন্নানা চামিঅ’না  মুনা দিয়ান য়ুনা দি লিল ইমানি আন আ-মিনু বিৰাব্-বিকুম ফা-আ-মান্না ৰাব্বানা ফাগ ফিৰ লানা জুনুবানা ৱকাফ্-ফিৰ আন্না চাই-য়িআ-তিনা ৱাতাৱাফ্-ফানা মাআ’ল আবৰাৰ, ৰাব্বানা আতিনা মা ৱ-আদতানা আলা ৰচুলিকা ৱ-লা তুখজিনা য়াও-মাল কিয়ামাতি ইন্নাকা লা তুখলিফুল মি-আ’দ্, ফাচ তাজাবা লাহুম ৰাব্বুহুম আন্-নি লা-উদি’ও আমালা আমিলিন মিনকুম মিন জাকাৰি আও ওনচা বাঅ’দুকুম মিন বাঅ’দিন ফাল্-লাজিনা হাজাৰু ৱা-আখৰিজু মিন দিয়াৰিহিম ৱা-উজু ফি চাবিলি ৱ-কাতালু, ৱা-কুতিলু  লা’ওকাফ্-ফিৰান্নাআনহুম চাই-য়িআতিহিম ৱ-লা’ ওদখিলান্নাহুম জান্নাতিন তাজৰি মিন তাহ তিহাল আনহাৰু চাৱাবান মিন ইন্-দিলাহ ৱল্লাহু ইনদাহু হুচনুচ্-চাৱাব, লা য়াগুৰ্-ৰান্-নাকা তাকাল্-লুবুল্-লাজিনা কাফাৰু ফিল বিলাদ, মাতা’উন কালিলুন চুম্মা মা’ৱাহুমজাহান্নাম্, ৱা-বি’চাল মিহাদ্,  লাকিনিল লাজিনাত তাকাও ৰাব্বাহুম লাহুম জান্নাতান তাজৰি মিন তাহ্-তিহাল আনহাৰু খালিদিনা ফিহা নুজুলান মিন ইনদিল্লাহি খাইৰুন লিল আবৰাৰ্, ৱ-ইন্না মিন আহলিলকিতাবি লামান য়ুঅ’মিনু বিল্লাহি ৱমা ওন্-জিলা ইলাইকুম ৱমা ওন্-জিলা ইলাইহিম খা-চিয়িনাল লাহি লা য়াচতাৰুনা  বিআয়াতিল্-লাহি চামানান কালিলান উলা-ইকা লাহুম আজৰুহুম ইনদা ৰাব্বিহিম ইন্নাল্লাহা চাৰিউল হিচাব, য়া আইয়ুহাল লাজিনা আ-মানুচ্-বিৰু ৱ-চা বিৰু  ৱৰা বিতু ৱত্তাকুল্-লাহা  লা-আল্-লাকুম তুফলিহুন
 (মুচলিম : ১/৫৩০, ফাতহুলবাৰি: ৮/২৩৭, চুৰা আল্-ইমৰান : ১৯০ – ২০০)

(ধ) গাড়ীত উঠোতে পঢ়িব লগা দোৱা :- বিচমিল্লাহ আলহামদু লিল্লাহ্, চুবহানাল লাজি চাখ-খাৰা-লানা হাজা ৱমা কুন্না লাহু মুকৰিনিন, ৱ-ইন্না ইলা ৰাব্বিনা লামুনকালিবুন, আলহামদু লিল্লাহ্,  আলহামদু লিল্লাহ্,  আলহামদু লিল্লাহ্,  আল্লাহু আকবৰ্, আল্লাহু আকবৰ্,আল্লাহু আকবৰ্, চুবহানাকাল্-লাহুম্মা ইন্নি জালামতু নাফচিফাগফিৰলি ফা-ইন্নাহু লা-য়াগফিৰুজ্-জুনুবা ইল্লা আনতা
 (আবু ডাউদ ৩/৩৪)

(ন)  হাঁচি মাৰোতে কব লাগে – আলহামদু লিল্লাহ্, ইয়াৰ উত্তৰত শুনা জনে কব লাগে – য়াৰ হামুকাল্লাহ, কোনোবাই এয়া কোৱা শুনিলে হাঁচিমাৰোতা জনে কব লাগে – য়াহদি কুমুল্লাহু ৱ-য়ুচলিহু বা-লাকুম
 (বুখাৰী : ৭/১২৫)

দোৱাত মনত পেলাবলৈ নাপাহৰিব

By Ikramul Hussain, Dist. and Sessions Judge (Retd.),
now posted as Member, Foreigners Tribunal No. 1, Goalpara.  

1 comment:

  1. আলহামদুলিল্ল্াহ বহুত কিছু শিকিব পাৰিলো...

    ReplyDelete